অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
কাইলৈৰ পৰা অসম বিধানসভাৰ ৫ দিনীয়াকৈ বিশেষ অধিৱেশন
কাইলৈৰ পৰা অসম বিধানসভাৰ বিশেষ অধিৱেশন
৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন
নতুন বিধানসভা কক্ষত এইবাৰ বিধানসভাৰ কাম-কাজ
বিশেষ অধিৱেশনত উত্থাপন হ’ব ২৩খনকৈ বিধেয়ক
এখন প্ৰাইভেট বিধেয়কো উত্থাপন কৰিব অধিৱেশনত
উত্থাপন কৰিব পঞ্চায়ত বিশেষ আইনৰ বিধেয়কো