সাম্প্ৰদায়িক সংঘাতত কঁপিছে বাংলাদেশ। সম্প্ৰদায়ক লৈ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ।
মুছলমান অধ্যুষিত ৰাষ্ট্ৰখনত ইছলাম সম্প্ৰদায়ৰ লোকৰ হত্যাৰ বলি দুজন হিন্দু লোক।
বুধবাৰে দুৰ্গা পূজা উদযাপনৰ সময়ত হিন্দু দেৱীৰ চৰণত ইছলাম সম্প্ৰদায়ৰ লোকৰ ধৰ্মীয় গ্ৰন্থ কোৰাণ ৰখাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বাংলাদেশ।
আনকি শুকুৰবাৰে, বিজয়া দশমীৰ দিনা বাংলাদেশৰ বেগুমগঞ্জত শতাধিক মুছলমান লোকে প্ৰাৰ্থনাৰ অন্তত এক শোভাযাত্ৰা উলিয়ায়। দুই শতাধিক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে হিন্দু মন্দিৰত। প্ৰতিমা বিসৰ্জনৰ পূৰ্বে মন্দিৰত গোট খোৱা হিন্দু লোকসকলক অতৰ্কিতে আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ আক্ৰমণত থিতাতে মৃত্যুক সাৱটি ল’বলগীয়া হয় এজন লোকে।
আনহাতে, শনিবাৰে পুৱা মন্দিৰৰ সমীপত থকা এটা পুখুৰীৰ কাষতে উদ্ধাৰ কৰা হয় আন এজন হিন্দু লোকৰ মৃতদেহ।
উল্লেখ্য যে, বাংলাদেশত এতিয়া পৰ্যন্ত সাম্প্ৰদায়িক সংঘাতৰ ফলত ১৫০জন হিন্দু লোক আহত হৈছে।
অৱশ্যে, হিন্দু-বিৰোধী হিংসাত জৰ্জৰ বাংলাদেশৰ এই সমস্যাৰ কি সমাধানসূত্ৰ ওলাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
Read Next
Assam
জানুৱাৰী 29, 2025
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….
Assam
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
Assam
অক্টোবৰ 16, 2024
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ওমৰ আব্দুল্লাৰ….
Assam
অক্টোবৰ 12, 2024
আজি বিজয়া দশমী…. ম্লান পৰিব শাৰদীয় দুৰ্গোৎসৱৰ উছাহ….
অক্টোবৰ 26, 2024
কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা…. ২৮খন জিলাত দুয়োবেলা অনুষ্ঠিত হ’ব এই পৰীক্ষা…..
অক্টোবৰ 17, 2024
আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ’ব খোলা…. সলনি ‘লেডী অব জাষ্টিচ’
অক্টোবৰ 16, 2024
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ওমৰ আব্দুল্লাৰ….
অক্টোবৰ 12, 2024
আজি বিজয়া দশমী…. ম্লান পৰিব শাৰদীয় দুৰ্গোৎসৱৰ উছাহ….
অক্টোবৰ 7, 2024
অনিৰ্দিষ্টকাললৈ স্থগিত কটন বিশ্ববিদ্যালয়ৰ ভোটগণনা…. ভোটগণনাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিচাৰিলে ন্যায়ালয়ৰ পৰামৰ্শ…..
জানুৱাৰী 29, 2025
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….
জানুৱাৰী 8, 2025
কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প? গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব?
জানুৱাৰী 8, 2025
কোনে দখল কৰিছে ভাৰতৰ মাটি? সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ বাংলাদেশৰ…..
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
নৱেম্বৰ 6, 2024
পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! ২৬৭টা ইলেক্টৰেল ভোটত অগ্ৰগতি ট্ৰাম্পৰ….