বিগত ২৪ ঘন্টাত ভাৰতত ২,৬৩,৫৩৩ গৰাকী লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে যদিও পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।
ইফালে এটাদিনতে সুস্থ হৈ উঠিছে ৪,২২, ৪৩৬ গৰাকী লোক। তাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৩২৯গৰাকী।
২৪ঘন্টাত মৃত্যুৰ সংখ্যা এতিয়ালৈকে হৈছে সৰ্বাধিক।