AssamCity newsCMO AssamHimanta Biswa Sarmaঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
ৰাণী চাপৰিত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে…….

ৰাণী চাপৰিত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
মহানগৰীৰ গড়ল ভট্টাপাৰাত মুখ্যমন্ত্ৰী
বন্যাৰ্তৰে মত-বিনিময় মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ
পশু খাদ্য যোগানৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থাৰ নিৰ্দেশ
‘পুৱাৰ ভাগত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ’
‘বৰষুণ হ্ৰাস পোৱাৰ বাবে উন্নত হৈছে বান পৰিস্থিতি’
‘নামনিত দুদিনলৈ অব্যাহত থাকিব বান পৰিস্থিতি’
বন্যাৰ্তক সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাস
ৰাণী চাপৰিৰ পিছতে ধাৰাপুৰলৈ আহি কিছুদন পূৰ্বে জুইত জাহ যোৱা ছয়খন দোকানৰ স্বত্বাধিকাৰীক পোন্ধৰ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিচতেই ধাৰাপুৰ গাৰিগাঁও সংযোগী খানা নদীৰ ওপৰৰ দলং আৰু নিৰ্মীয়মাণ পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।