AssamElectionInternationalleatest updatepoliticalSocialআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিৰাজনৈতিক

বিপদত বিজেপিৰ মন্ত্ৰী

এতিয়া বিপদত পৰিছে বিজেপি মন্ত্ৰী বিজয় শ্বাহ । কৰ্ণেল ছ’ফিয়া কুৰেশ্বী সন্দৰ্ভত বিতৰ্কিত মন্তব্য দি বিপদত পৰিছে মন্ত্ৰীগৰাকীয়ে । বিজয় শ্বাহৰ বিৰুদ্ধে সৰৱ এতিয়া দেশবাসী । মন্ত্ৰী বিজয় শ্বাহক সৰ্বোচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনা । আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ভৰ্ৎসনা মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ । মধ্যপ্ৰদেশ আৰক্ষীক প্ৰশ্ন ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ । বুধবাৰে উচ্চ ন্যায়ালয়ে গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল আৰক্ষীক । সন্ধিয়াৰ ভিতৰত গোচৰ পঞ্জীয়নৰ বাবে দিছিল নিৰ্দেশ । গোচৰ পঞ্জীয়ন নকৰিলে DGPৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজুৰ সকীয়নি দিছিল । আজি সৰ্বোচ্চ ন্যায়ালয়ত হ’ব বিজয় শ্বাহৰ আবেদনৰ শুনানি । গোচৰ পঞ্জীয়নত স্থগিতাদেশ বিচাৰি শ্বাহ দ্বাৰস্থ হৈছিল SCৰ ।

মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ।  দিছপুৰ থানাত অসম প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ ।  ভাৰতীয় সেনাক লৈ বিতৰ্কিত মন্তব্য মন্ত্ৰী বিজয় শ্বাহৰ । কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাক সন্ত্ৰাসবাদীৰ ভগ্নী’ আখ্যা । ধেমাজি, গোলাঘাট, মাজুলীতো এজাহাৰ বিজয় শ্বাহৰ বিৰুদ্ধে । কামৰূপ, নলবাৰী, দৰঙতো থানাই থানাই গোচৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 10 =

Back to top button