অসমত আজি নিশাৰে পৰা ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷
অসম, নাগালেণ্ড আৰু মেঘালয়ত বতৰ সেমেকা হৈ থকাৰ সমান্তৰালকৈ বৰষুণ-ঢেৰেকনিৰে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে৷
বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবেই অসম সহ উত্তৰ-পূৰ্বাঞ্চলত অহা এটা সপ্তাহত বতৰ ডাৱৰীয়া হৈ থাকিব ৷