◾ দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ
◾ বুধবাৰে নতুনকৈ আক্ৰান্ত ২ লাখ ৮৬ হাজাৰ ৩৮৪জন
◾ ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা চিন্তাজনক
◾ বুধবাৰে ৫৭৩জন আক্ৰান্ত ৰোগীৰ মৃত্যু
◾ মঙলবাৰে ৬৫৯জন আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল
◾ দেশত সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা ২২ লাখ অতিক্ৰম
◾ ক’ৰোনা আক্ৰান্তৰ পজিটিভিটীৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি
◾ বুধবাৰে পজিটিভিটীৰ হাৰ ১৯.৫%
◾ মঙলবাৰে পজিটিভিটীৰ হাৰ ১৬%