Assamleatest update
দুগ্ধ উৎপাদকসকললৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।
প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। ৫৪২খন দুগ্ধ সমবায়ে লাভ কৰিব এই সুবিধা। এই সুবিধাৰ লগতে উপকৃত হ’ব ৰাজ্যৰ ১৯,০৩০গৰাকী দুগ্ধ উৎপাদক।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ এই বৃহৎ পদক্ষেপ। অসমৰ ৪০০০ গাঁৱত দুগ্ধ সমবায় সমিতি গঠনৰ লক্ষ্য।

