AssamCMO AssamElectionleatest updatepoliticalSocial

কাইলৈ দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং, প্ৰিজাইডিং বিষয়া

অসমৰ ৫ সংসদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ

কাইলৈ দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

অসমৰ ৫ সংসদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ

নগাঁও, দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জ, ডিফুত ভোট

ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং, প্ৰিজাইডিং বিষয়া

কৰিমগঞ্জত সৰ্বাধিক ২৪ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নগাঁৱত ১৩ প্ৰাৰ্থীৰ মাজত হ’ব আসনৰ যুঁজ

দৰং-ওদালগুৰিত ১১ প্ৰাৰ্থীৰ মাজত হ’ব ভোটযুদ্ধ

শিলচৰতো ৮গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা

ডিফু সংসদীয় সমষ্টিত ৫ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

দেশৰ ১৩ ৰাজ্যৰ ৮৯ সমষ্টিত হ’ব ভোটগ্ৰহণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button