Entertainmentnationalpoliticalদৈনিক বাতৰিবলিউডভাৰতমনোৰঞ্জনৰাজনৈতিক
‘THE BENGAL FILES’ : এখন ছবি আৰু ইয়াৰ আঁৰৰ কাহিনী

১৯৪৬ চনৰ কলকাতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আধাৰত নিৰ্মিত ‘THE BENGAL FILES’ ছবিখনৰ ট্ৰেইলাৰে কঁপাই তুলিছে পশ্চিম বংগ আৰক্ষী লগতে মমতা বেনাৰ্জী চৰকাৰক। ট্ৰেইলাৰৰ মুকলি অনুষ্ঠান বন্ধ কৰাত লাগি গৈছে পশ্চিম বংগ আৰক্ষী। ট্ৰেইলাৰ মুকলিত বাধাৰ সন্মুখীন হৈ এই ঘটনাক অগণতান্ত্ৰিক,অৰাজকতা আখ্যা দিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ইতিমধ্যে চেঞ্চৰ ব’ৰ্ডেও অনুমোদন জনাইছে ছবিখনত।
আনহাতে, কলিকতা উচ্চ ন্যায়ালয়ত ছবিখনৰ বিৰুদ্ধে দিয়া হৈছে FIR। কিন্তু সেই FIRকলিকতা উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিবলৈ আহ্বান জনাইছে।
