◼️পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ সদৰ থানা
◼️আৰক্ষী জোৱানৰ বাহনৰ খুন্দাত মৃত্যু এজন যুৱকৰ
◼️মৃত্যু আখৈফুটীয়াৰ ২নং মঠাদাঙৰ নৱজ্যোতি ফুকন নামৰ যুৱকজনৰ
◼️মঙলবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা
◼️দুৰ্ঘটনাৰ পিছতে যুৱকজনক ততাতৈয়াকৈ নিয়া হৈছিল AMCHলৈ
◼️পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক
◼️যুৱকজনৰ মৃত্যুক কেন্দ্র কৰি শিৱসাগৰ থানা ঘেৰাও কৰে ৰাইজে
◼️উল্লেখ্য় যে, শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছিল জোৱানজনক
◼️১৩৩১/২০২১ গোচৰৰ ভিত্তিত IPC ২৭৯/৩০৪(এ) ৰ অধীনত গ্ৰেপ্তাৰ
◼️জোৱানজন লিগিৰীপুখুৰী স্থিত APBN ত কৰ্মৰত