Assamleatest updateঅসম
‘মেৰামতিৰ পৰিৱৰ্তে পুনৰ নিৰ্মাণ কৰা হ’ব ৰবীন্দ্ৰ ভৱন’।
মুখ্যমন্ত্ৰীক ৰবীন্দ্ৰ ভৱনৰ ভিক্ষা খুজিলে অভিনেত্ৰী ভাগিৰথীয়ে।

ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ। ৩টা বছৰে বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱন। ৰবীন্দ্ৰ ভৱন মেৰামতি নহয় বুলি ঘোষণা মন্ত্ৰী বিমল বৰাৰ। ‘মেৰামতিৰ পৰিৱৰ্তে পুনৰ নিৰ্মাণ কৰা হ’ব ৰবীন্দ্ৰ ভৱন’।

২০২২ বৰ্ষৰ ২০ জুনত তলা ওলমিছিল ৰবীন্দ্ৰ ভৱনত। মুখ্যমন্ত্ৰীক ৰবীন্দ্ৰ ভৱনৰ ভিক্ষা খুজিলে অভিনেত্ৰী ভাগিৰথীয়ে। ৩ বছৰে ৰবীন্দ্ৰ ভৱন কিয় মেৰামতি নহ’ল বুলিও প্ৰশ্ন ভাগিৰথীৰ। উৰণ সেতু নিৰ্মাণ কৰা চৰকাৰে কিয় নিৰ্মাণ নকৰে ৰবীন্দ্ৰ ভৱন?


