Assamassam policeCity newsCMO Assamleatest update

ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত! একেদিনাই নিলম্বন ৮গৰাকীকৈ BDOক।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিলম্বন কৰিছে BDOকেইগৰাকীক

বিষয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত

একেদিনাই নিলম্বন ৮গৰাকীকৈ BDOক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিলম্বন কৰিছে BDOকেইগৰাকীক

নিলম্বন পূব যোৰহাটৰ BDO দ্বিজেন কুমাৰ বৰাক

নিলম্বিত বিশ্বনাথৰ BDO ৰশ্মি ডেকা মহন্ত

নিলম্বৰ ছয়দুৱাৰৰ BDO অৰুণ কুমাৰ দাসক

নিলম্বিত বিশ্বনাথৰ সাঁকোমাঠাৰ BDO গৌতম শৰ্মাক

শোণিতপুৰৰ গাভৰুৰ BDO হেমকান্ত বৰাক নিলম্বন

নিলম্বন কাকপথাৰৰ BDO বৰ্ণালী ফুকনক

চতিয়াৰ BDO পলক কুমাৰ শৰ্মাক নিলম্বন

নিলম্বন শিলচৰৰ BDO অবিনাশ টায়েক

বিত্তীয় অনিয়মৰ অভিযোগত কঠোৰ সিদ্ধান্ত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 12 =

Back to top button