Socialঅপৰাধঅসম

অভিনেতা জৰ্জবৰদলৈৰ মৃত্যুৰ বাবে জগৰীয়া কোন? ঘটনাই লৈছে নতুন মোৰ…

ডনবস্ক’ ইউনিভাৰ্চিটিৰ উপাচাৰ্যক আটক

◾প্ৰসংগঃ অভিনেতা জৰ্জবৰদলৈৰ আত্মহত্যা

◾ডনবস্ক’ ইউনিভাৰ্চিটিৰ উপাচাৰ্যক আটক

◾উপাচাৰ্য ফাডাৰ ষ্টীফেন মেভলিক সোধা-পোচা অব্যাহত

◾সোমবাৰে আটক কৰিছিল সোণাপুৰ আৰক্ষীয়ে

◾বৰদলৈৰ আত্মহননৰ পাছতে সোমবাৰে আটকমেভলিক

◾বৰদলৈৰ চুইচাইড নোটত আছিল ষ্টীফেন মেভলিৰ নাম

◾৫০ টকীয়া দলিলত লিখি থৈ গৈছিল মেভলিৰ নাম

◾তেওঁৰ মৃত্যুৰ বাবে মেভলি জগৰীয়া বুলি আছিল উল্লেখ

◾অসমত ধাবা উদ্যোগৰ গুৰি ধৰোতা আছিল বৰদলৈ

◾৮০ দশকত পাতৰকুছিত প্ৰথম ধাবা খুলিছিল বৰদলৈয়ে

◾জৰ্জেছ ৰিট্ৰিটমেণ্ট নামৰ অনুষ্ঠানৰ মুৰব্বী আছিল বৰদলৈ

◾৭০ ঊৰ্ধৰ ব্যক্তিগৰাকীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button