অসমগুৱাহাটীদৈনিক বাতৰি

চৰকাৰৰ বৰঘৰতেই বন ধ্বংসযজ্ঞ, কাটি পেলোৱা হ’ল প্ৰকাণ্ড প্ৰকাণ্ড গছ

চৰকাৰৰ বৰঘৰতেই বন ধ্বংসযজ্ঞ, কাটি পেলোৱা হ’ল প্ৰকাণ্ড প্ৰকাণ্ড গছ

চৰকাৰৰ বৰঘৰতেই বন ধ্বংসযজ্ঞ

নিশাৰ আন্ধাৰৰ সুযোগ লৈ কাটিলে গছ

পাৰ্ক নিৰ্মাণৰ নামত বন ধ্বংসৰ অভিযোগ

কাটি পেলোৱা হ’ল প্ৰকাণ্ড প্ৰকাণ্ড গছ

দিছপুৰ  বিধায়ক আৱাসত এই ঘটনা

বিধায়ক মৃণাল শইকীয়াই সদৰী কৰিলে এই তথ্য

টুইটযোগে ফটো, ভিডিঅ’ প্ৰকাশ বিধায়কগৰাকীৰ

বিধায়ক আৱাসত গছ কাটাকলৈ বিধায়ক আৱাসত থকা দোকানী সকলৰ মন্তব্য। যি সময়ত চৰকাৰে গছ ৰোপণ কৰি বিশ্ব ৰেকৰ্ড কৰাৰ পৰিকল্পনা কৰিছে, তেনে সময়তে বিধায়ক আৱাসৰ চৌহদতেই গছ কাটি টহিলং কৰা হৈছে। ইফালে, বিধানসভাৰ অধ্যক্ষই বিদ্যুতৰ বিল বঢ়াৰ বাবে গছৰ তলত থকাৰ পৰামৰ্শ দিয়াৰ সময়তে এনেদৰে গছসমূহ কটাক লৈ তীব্ৰ অসন্তুষ্টি বিধায়ক আৱাসত থকা লোকসকলৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − four =

Back to top button