Educationঅসমদৈনিক বাতৰি

কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল, কেনেদৰে চাব পাৰিব ফলাফল?

ফলাফলৰ বাবে ১৪টা ৱেবচাইট মুকলি ছেবাৰ

HSLC RESULT:-
◾কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল
◾পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল
◾ফলাফলৰ বাবে ১৪টা ৱেবচাইট মুকলি ছেবাৰ
◾ৱেবচাইটকেইটা ক্ৰমে-
📌results.sebaonline.org
📌Resultsassam.nic.in
📌www.indiaresults.com
📌www.results.shiksha
📌www.assam.shiksha
📌www.assamonline.in
📌exametc.com
📌www.schools9.com
📌https://iresults.net
📌assamjobalerts.com
📌assamresult.in
📌necareer.com
📌www.jagranjosh.com
📌www.vidyavision.com
◾HSLCত অৱতীৰ্ণ হৈছিল ৪,৩১,১৩২গৰাকী পৰীক্ষাৰ্থী
◾৪০% সংকুচিত পাঠ্যক্ৰমেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা
◾এইবাৰৰ ফলাফলত অন্তিমবাৰৰ বাবে থাকিব শীৰ্ষ ১০স্থান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 18 =

Back to top button