প্ৰধানমন্ত্ৰীৰ মন কী বাতত অসমৰ ৰিধ্বিমাৰ কথা উল্লেখ
এক কোটিৰো অধিক শিশুৱে মনৰ কথা লিখিছে প্ৰধানমন্ত্ৰীলৈ
◾ এক কোটিৰো অধিক শিশুৱে মনৰ কথা লিখিছে প্ৰধানমন্ত্ৰীলৈ।
◾ প্ৰধানমন্ত্ৰীৰ মন কী বাতত অসমৰ ৰিধ্বিমাৰ কথা উল্লেখ।
◾ ৰিধ্বিমাই লিখিছিল সন্ত্ৰা সবাদ মুক্ত, স্বাক্ষৰ ভাৰতৰ সপোনৰ কথা।
◾ অসমৰ গঁড় হত্যাৰ প্ৰসংগই স্থান পালে মন কী বাতত।
◾ গঁড় হত্যা প্ৰতিৰোধ, চোৰাংচিকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ প্ৰসংগ।
◾ বিগত ৭ বছৰ ধৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ প্ৰসংগ।
◾ যোৱা ২২ ছেপ্টেম্বৰত ২৪০০ৰো অধিক গঁড়ৰ খৰ্গ জ্বলোৱাৰ প্ৰসংগ।
◾অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ প্ৰসংগও উত্থাপন মোদীৰ।
◾ কাজিৰঙা উদ্যানৰ গুণ-গৰিমাৰ প্ৰশংসা মোদীৰ।