এইবাৰ বেংকে সোধালে মাধমাৰ! SBIয়ে বঢ়ালে সুদৰ হাৰ।
সকলো ঋণৰ ওপৰত বৃদ্ধি হ’ব ০.১০% সুদৰ হাৰ।
সকলো ঋণৰ ওপৰত বৃদ্ধি ০.১০% সুদৰ হাৰ
পাৰ্ছনেল লোণ, হোম লোণত বৃদ্ধি পাব EMI
গাড়ীৰ ঋণ লোৱা সকলেও ভৰিব লাগিব অধিক EMI
১৫ এপ্ৰিলৰ পৰাই কাৰ্যকৰীকৰিলে নতুন সুদৰ হাৰ