অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত বেলতলাত ছিনিয়ৰ চিটিজেন এছ’চিয়েচনৰ শাখা কাৰ্যালয়ত বিনামূলীয়া চিকিৎসক চেম্বাৰ উদ্বোধন

জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আজি ১৪ জুন, ২০২৩ তাৰিখে বেলতলা ছিনিয়ৰ চিটিজেন এছ’চিয়েচনৰ শাখা কাৰ্যালয়ৰ চৌহদত সামাজিক ন্যায় আৰু সশক্তিকৰণ সঞ্চালক,অসমৰ দ্বাৰা এটা বিনামূলীয়া চিকিৎসক চেম্বাৰ উদ্বোধন কৰা হৈছে।

উক্ত চেম্বাৰত ড০ যোগীৰাজ দাসে অসমৰ জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিব।

চেম্বাৰটো সপ্তাহৰ ৩ টা দিন ২ ঘণ্টাৰ বাবে খোলা থাকিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + six =

Back to top button