AssamCity newsleatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আজিৰে পৰা কামাখ্যাত অম্বুবাচী মহাযোগ…… উখল-মাখল হৈ পৰিছে নীলাচল পাহাৰ……

আজিৰে পৰা কামাখ্যাত অম্বুবাচী মহাযোগ

আজি অম্বুবাচীৰ প্ৰবৃত্তি

৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি

অম্বুবাচীক লৈ উখল-মাখল নীলাচল পাহাৰ

দেশী-বিদেশী ভক্তৰে ভৰিছে কামাখ্যাধাম

২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ

২৬ জুনৰ নিশা ৯ বাজি ৭ মিনিট ১৯ ছেকেণ্ডত নিবৃত্তি

২৬ জুনত নিত্য পূজাৰ পিছতে খোল খাব দুৱাৰ

মন্দিৰ পৰিচালনা সমিতি, প্ৰশাসনৰ ব্যাপক তৎপৰতা

মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হৈছে CCTV

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − two =

Back to top button