নন্দিনীৰ বাহনৰ খুন্দাত হাত, ভৰি, কামিহাড় ভাঙিল ছামিউলৰ…

মহানগৰীৰ ৰাজপথত HIT & RUNৰ ঘটনা
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতিয়ালে যুৱকক
গুৰুতৰভাৱে আহত চামিউল হকক GMCHত ভৰ্তি
২৫ জুলাইৰ নিশা দক্ষিণগাঁৱত সংঘটিত এই ঘটনা
ঘটনা সংঘটিত কৰিয়েই পলায়ন অভিনেত্ৰীগৰাকীৰ
কেইজনমান যুৱকে খেদি খেদি কৰায়ত্ত কৰিলে বাহনখনক
‘ৰুদ্ৰ’ চিনেমাত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে
ঘটনা সন্দৰ্ভত মুখ খুলিছে যুৱকজনৰ পৰিয়ালৰ লোকে
শুক্ৰবাৰে পুৱতি নিশা সংঘটিত হৈছিল দুৰ্ঘটনাটো
১২০ কিঃমিঃ স্পীডত বাহন চলাই আহিছিল নন্দিনী কাশ্যপে
ষ্ট্ৰীট লাইট মেৰামতিত নিয়োজিত আছিল চামিউল হক
দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল নন্দিনীয়ে
পিছে পিছে খেদি আহিছিল আন শ্ৰমিকসকলে
কাহিলীপাৰাৰ এটা এপাৰ্টমেণ্টত বাহন ৰখাইছিল নন্দিনীয়ে
এপাৰ্টমেণ্টটোতো বাক-বিতণ্ডাত লিপ্ত হৈছিল নন্দিনী
এজন লোকক প্ৰহাৰ কৰাৰো অভিযোগ নন্দিনীৰ বিৰুদ্ধে
বাক-বিতণ্ডাৰ ভিডিঅ’ কৰাৰ বাবে প্ৰহাৰ কৰাৰো অভিযোগ
দুৰ্ঘটনাটোত ছিগি গৈছে চামিউল হকৰ দুয়োখন ভৰি
ইমানৰ পিছতো নন্দিনীয়ে যুৱকজনৰ খবৰ নোলোৱাৰ অভিযোগ
চিকিৎসাৰ খৰচ বহন কৰিব বুলি কৈয়ো বিমুখ হোৱাৰ অভিযোগ
সংকটজনক অৱস্থাত GMCHৰ ICUত মৃত্যুৰে যুঁজিছে যুৱকজনে
উন্নত চিকিৎসাৰ বাবে পাটনালৈ নিবলৈ নিৰ্দেশ চিকিৎসকৰ
চিকিৎসা কৰিবলৈ ধনৰ অভাৱ হৈছে পৰিয়ালটোৰ
মাটি বিক্ৰী কৰি চিকিৎসা কৰিবলৈ ওলাইছে পৰিয়ালটো
দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ

