AssamInternationalSocialগুৱাহাটীদৈনিক বাতৰি

আজি গুৱাহাটীত তীব্ৰ যান-জঁটৰ সম্ভাৱনা…

ৰথ যাত্ৰা উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

আজি গুৱাহাটীত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা
ৰথ যাত্ৰা উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা
বিয়লি ২ বজাৰ পৰা এই বিশেষ পথ নিৰ্দেশনা
যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে পথ নিৰ্দেশনা
ৰথ যাত্ৰা হ’ব লগা পথেৰে এৰাই চলক যাতায়াত
GS ৰোড, RP ৰোড, কাহিলি পাৰাৰোড, MRD ৰোড
AT ৰোড, মাদাৰ টেৰেছা ৰোড, ৰিফাইনেৰী ৰোড
B K কাকতি ৰোড, AK আজাদ ৰোড, MCৰোডত নিৰ্দেশনা
BG ৰোড, MD শ্বাহৰোড, SJ ৰোডতো নিৰ্দেশনা
ৰথ যাত্ৰা উপলক্ষে কেইবাটাও পথত তীব্ৰ যান-জঁটৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 10 =

Back to top button