অসমদৈনিক বাতৰি
ডিব্ৰুগড়ৰ চৌকিডিঙীত আমছুৰ প্ৰতিবাদ, প্ৰতিবাদত উত্তাল চৌকিডিঙী চাৰিআলি
ডিব্ৰুগড়ৰ চৌকিডিঙীত আমছুৰ প্ৰতিবাদ
ডিব্ৰুগড়ৰ চৌকিডিঙীত আমছুৰ প্ৰতিবাদ
প্ৰতিবাদত উত্তাল চৌকিডিঙী চাৰিআলি
সংখ্যালঘু খিলঞ্জীয়াক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ
চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদমুখৰ পৰিৱেশ
জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ