Assamঅসম আৰক্ষী

মি়ঞা যুৱকৰ অমানৱীয় কাণ্ড

টিউচন কৰিব অহা দুগৰাকী ছাত্ৰীক অপকৰ্মৰ অপচেষ্টা দুই মি়ঞা যুৱকৰ

ৰাজ্য়ত অব্য়াহত মিঞাৰ ময়মতালি। অমানৱীয় কাণ্ডৰ ব/লি হ’ল দুই হিন্দু ছাত্ৰী।
বজালীৰ ফেঙুৱাত অৱস্থিত নৱনুৰ টেলেন্ট একাডেমীত টিউচন কৰিবলৈ আহি বিপদৰ সন্মুখীন হ’ল ছাত্ৰী দুগৰাকী।
শিক্ষক নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলাই বুলি মতপোষণ কৰে দুই ভুক্তভোগী ছাত্ৰীয়ে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে তিনি ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ দাবীৰে ঘেৰাও কৰে বালাপাৰা আৰক্ষী চকী। ক্ষোভিত ৰাইজে ভুক্তভোগী ছাত্ৰী দুগৰাকীক ন্য়ায় প্ৰদান কৰিবলৈ উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে আৰক্ষী চকীৰ সন্মুখত। এনে অমানৱীয় ঘটনাৰ পিছত বৰ্তমান চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button