AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক, কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…. কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল কেবিনেটত?

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰূপসী বিমানবন্দৰৰ নাম সলনিৰ প্ৰস্তাৱ

কালীচৰণ ব্ৰহ্ম নামেৰে নামাকৰণৰ প্ৰস্তাৱ কেন্দ্ৰলৈ

নিৰ্মীয়মাণ ব্ৰহ্মপুত্ৰ দলঙৰ বাবে পুনৰ আবণ্টন

পূৰণ কৰা হ’ব VCDC, VDCৰ ৪৭৪টা পদ

শ্ৰম প’ৰ্টেলত নতুন আবেদন বন্ধ

বিধানসভাত উত্থাপিত হ’ব অসম স্কীল বিশ্ববিদ্যালয় বিল

৬ লাখ লোকলৈ নতুন ৰেচন কাৰ্ড

’২৫ৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ

৭-৮ আগষ্টত নিযুত মাইনা আঁচনিৰ প্ৰপত্ৰ

CMৰ স্বনিৰ্ভৰশীল আঁচনিৰ অধীনত ৩০ হাজাৰক ২ লাখকৈ টকা

অৰুণোদয়ৰ বাবে থাকিব লাগিব ৰেচন আৰু আধাৰকাৰ্ড

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয়ৰ কাম-কাজ

৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় চৰকাৰৰ

চৰকাৰে ক্ৰয় কৰিছে ১১ হাজাৰ মেট্ৰিক টন সৰিয়হ

কাইলৈৰ পৰা ২০ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলন

ৰাজ্যজুৰি ৰোপণ কৰা হ’ব ৩ কোটি গছপুলি

২০ নৱেম্বৰত ৮০০০ শিল্পীৰে ঝুমুৰ প্ৰদৰ্শন

সৰুসজাই ষ্টেডিয়ামত বিশেষ অনুষ্ঠান

মেডিকেল চাৰ্টিফিকেটৰ সৈতে নৱজাতকৰ আধাৰকাৰ্ড

নাৰ্চিংহোমত বন্ধ হ’ব আয়ুস্মান কাৰ্ড

APSCৰ দোষী সাব্যস্ত বিষয়াক চাকৰিৰ পৰা অব্যাহতি

লাভলীনাই সোণৰ পদক লাভ কৰাৰ আশা মুখ্যমন্ত্ৰীৰ

কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 4 =

Back to top button