AssamCity newsleatest updatenationalweatherঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

অহা ৪৮ ঘণ্টাত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা, ১১৫ৰ পৰা ২০৪ মি.মি. পৰ্যন্ত হ’ব পাৰে বৃষ্টিপাত……

অহা ৪৮ ঘণ্টাত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

পূৰ্বৰ তুলনাত বৃদ্ধি পাব বৃষ্টিপাতৰ হাৰ

অসম আৰু মেঘালয়ত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

১১৫ৰ পৰা ২০৪ মি.মি. পৰ্যন্ত হ’ব পাৰে বৃষ্টিপাত

বৃষ্টিপাতৰ ফলত বৃদ্ধি পাব নৈ-উপনৈৰ জলপৃষ্ঠ

অসমৰ বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা

অৰুণাচল আৰু মেঘালয়ৰ পানীয়ে ক্ষতিগ্ৰস্ত কৰিব অসমক

শেহতীয়া বানৰ কৱলত ৰাজ্যৰ ৩০৯খন গাঁও

১ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কৱলত

১১টা শিবিৰত ৩,১৬৮গৰাকী বানাক্ৰান্তৰ আশ্ৰয় গ্ৰহণ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 16 =

Back to top button