
📌 কামাখ্যা মন্দিৰত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
📌 কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যাধামত উপস্থিত গৌতম গম্ভীৰ।
📌 মা কামাখ্যা দৰ্শনৰ বাবে গুৱাহাটীলৈ আহিছে গৌতম গম্ভীৰ।
📌 পুৱাই দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে আহে কামাখ্যালৈ।
📌 ২০ জুনত ইংলেণ্ড-ভাৰতৰ টেষ্ট শৃংখলাৰ পূৰ্বে কামাখ্যা দৰ্শন ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীৰ।
