AssamCity newsCMO Assampoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম সচিবালয় চৌহদত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এটা সৌৰশক্তি প্ৰকল্প…….

অসম সচিবালয় চৌহদত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এটা সৌৰশক্তি প্ৰকল্প। ১২ কোটি টকা ব্যয়ৰে ২.৫ মেগাৱাট ক্ষমতাসম্পন্ন প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। এতিয়াৰে পৰা এই প্ৰকল্পৰ দ্বাৰা বিদ্যুৎ যোগান ধৰা হ’ব অসম সচিবালয়ত। লোকসেৱা ভৱনৰ সভাকক্ষত শুভাৰম্ভণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই  ৰাজ্যত ৩ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে লক্ষ্য নিৰ্ধাৰণৰ কথা ঘোষণা কৰে। আনহাতে কাৰ্বি আংলঙত স্থাপন কৰা হ’ব ১ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰশক্তি প্ৰকল্প।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + thirteen =

Back to top button