AssamCultureEducationInternationalleatest updateSocialSocial Networkঅসমদৈনিক বাতৰিপৰিৱেশবতৰস্বাস্থ্য

এজোপা গছে ভাগ্য সলনি কৰিব পাৰে আপোনাৰ !

সুখ-শান্তি আৰু অৰ্থ বৃদ্ধিৰ বাবে ঘৰত ৰাখক এই গছ

বাস্তু শাস্ত্ৰৰ মতে ঘৰ বা অফিচত য’তেই বাঁহৰ গছ ৰখা হয় তাতেই সুখ আৰু সমৃদ্ধিৰ আকৰ্ষণ হয়। বাস্তুৰ মতে ঘৰৰ ভাগ্যবাঁহ সদায় দক্ষিণ-পূব বা উত্তৰ দিশত ৰাখিব লাগে। তেতিয়াহে সফলতা আহে । ঘৰতে ভাগ্যৱান বাঁহৰ পুলি ৰোপণ কৰিলে ইতিবাচকতা আনে, অতি শুভ বুলি ভৱা হয় ।

 

natikrd Two Layer Bamboo Plant Price in India - Buy natikrd Two Layer  Bamboo Plant online at Flipkart.comসুভ বাঁহৰ ভিতৰত আছে লাকী বাঁহ। ই সৌন্দৰ্য্যৰ লগতে সৌভাগ্যৰ তলা খুলি দিয়ে বুলি কোৱা হয়। কিন্তু সঠিক ঠাইত স্থাপন কৰিলেহে ই শুভকামনাক আকৰ্ষণ কৰে বা কৰিব পাৰে । ঘৰৰ সকলো বস্তু বাস্তুত ৰাখিলে সুখ পোৱা যায় বুলি বিশ্বাস কৰা হয় । গছ-গছনিবোৰক সঠিক ঠাইত স্থাপন নকৰিলে ধন-সম্পত্তি আকর্ষণ কৰিব নোৱাৰে।

natikrd Three Layer Bamboo Plant Price in India - Buy natikrd Three Layer  Bamboo Plant online at Flipkart.com

লাকী বাম্মু বা বাঁহ গছ। এই গছজোপা ঘৰত ৰাখিব। নিশ্চিত কৰিব যে ই যেন শুকাই নাযায়। যদি আপুনি এই গছ ৰাখে, আপুনি কেইদিনমানৰ ভিতৰতে উপলব্ধি কৰিব যে আপোনাৰ ভাগ্য সলনি হ’বলৈ আৰম্ভ কৰিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 11 =

Back to top button