Assamঅসমদৈনিক বাতৰি

হোজাইত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ…..

হোজাইত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ.....

হোজাইত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ

নিশা ৰে’ল লাইনত উদ্ধাৰ বাৰ্মিজ চুপাৰিখিনি

২নং ৰে’ল গেটৰ সমীপৰ পৰা উদ্ধাৰ ৬ বেগ চুপাৰি

সৰবৰাহকাৰীয়ে ৰে’লৰ পৰা পেলাই দিয়াৰ সন্দেহ

ৰে’ল আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিন

জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − eleven =

Back to top button