অসমদৈনিক বাতৰি

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন, বাঁহবাৰী ৰেঞ্জৰ সমীপত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ কংকাল

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন, বাঁহবাৰী ৰেঞ্জৰ সমীপত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ কংকাল

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন। বাঁহবাৰী ৰেঞ্জৰ সমীপত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ কংকাল। মে’ মাহতে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ।

উল্লেখ্য যে সমগ্ৰ ঘটনা বন বিভাগে গাপ দিয়াৰ চেষ্টা কৰিছে। কাহিটামা বীটৰ চিধাঝাৰ বন শিৱিৰৰ পৰা পাঁচশ মিটাৰ নিলগত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ কংকাল ৷ বন বিভাগৰ ভূমিকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 5 =

Back to top button