
ইতিহাসৰ ১০০, ২০০, ৩০০, ৪০০ আৰু ৫০০ বছৰীয়া এক বিৰল সংযোগ!
২০২৬ ত হʼব পানীপথৰ প্ৰথম যুদ্ধৰ ৫০০ বছৰ (১৫২৬)
-বাবৰৰ ভাৰত আক্ৰমণ
-দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ পৰাজয়
-ভাৰতত মোগল সাম্ৰাজ্যৰ আনুষ্ঠানিক সূচনা

মহাবৎ খানৰ বিদ্ৰোহৰ হʼব ৪০০ বছৰ (১৫২৬)
-মোগল সেনাপতি মহাবৎ খানে সম্ৰাট জাহাঙ্গীৰক বন্দী কৰা ঐতিহাসিক ঘটনা
-মোগল দৰবাৰৰ এক নাটকীয় অধ্যায়

৩০০ বছৰীয়া হʼব ৰাজকীয় চনদ (Royal Charter, 1726)
-ব্ৰিটিছৰ দ্বাৰা কলিকতা, বম্বাই আৰু মাদ্ৰাজত মেয়ৰৰ আদালত স্থাপন
-ভাৰতত আধুনিক ইংৰাজী আইন ব্যৱস্থাৰ পাতনি

ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ (১৮২৬)
-৬০০ বছৰীয়া আহোম ৰাজত্বৰ অৱসান আৰু অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি

কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ ১০০ বছৰ (১৯২৬)
-অসমত অনুষ্ঠিত প্ৰথমটো জাতীয় কংগ্ৰেছৰ অধিবেশন
-স্বাধীনতা আন্দোলনত অসমৰ এক ডাঙৰ খোজ

সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী (১৯২৬)
-অসমীয়া জাতিৰ বাবে এক আবেগিক বৰ্ষ
