অপৰাধঅসমচিকিৎসাস্বাস্থ্য

এইখন অসমৰে এখন চিকিৎসালয় ! চিকিৎসালয়খন দেখিলে নাক কোচ খাই সৰ্বসাধাৰণৰ

অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীৰ খাদ্য তৈয়াৰৰ দৃশ্য বন্দী কেমেৰাত

গহপুৰৰ চিকিৎসালয়ত ৰোগীৰ খাদ্যৰ নামত ভয়ংকৰ দুৰ্নীতি৷ অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীৰ খাদ্য তৈয়াৰৰ দৃশ্য বন্দী কেমেৰাত।

খাদ্যৰ নামত সপ্তাহৰ ৭টা দিনত দাইল পানী আৰু ভাত দিয়েই দায়িত্ব সামৰে চিকিৎসালয়ৰ কৰ্তৃপক্ষই৷ তাৰোপৰি খাদ্য প্ৰস্তুত কৰা পাকঘৰৰ দুৰবস্থা আৰু দুগন্ধত নাক কোচ খাই সৰ্বসাধাৰণ লোকৰ৷ টিং পাতৰ ফুটাৰে হৰহৰাই পানী পৰাৰ লগতে পাকঘৰৰ কাষতে পেলোৱা হয় সৰু লৰা ছোৱালীৰ পায়খানা৷ ৰখা হয় চিকিৎসালয়ৰ ব্যৱহাৰ অনুপযোগী সামগ্ৰী৷ মুঠতে পুতিদুৰ্গন্ধময় অৱস্থাতে বছৰ বছৰ ধৰি চলি আছে এই খাদ্য ব্যৱস্থা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button