অভিনয়বলিউডবোলছবিভাৰতমুম্বাইশিল্পী

এটা সাক্ষাৎকাৰেৰে অখ্যাত অভিনেত্ৰী প্ৰখ্যাত

নতুন National Crush গীৰিজা অ’ক

মোহময়ী গিৰিজা ছচিয়েল মিডিয়াৰ নৱতম চাঞ্চল্য……

অখ্যাত অভিনেত্ৰী, ছচিয়েল মিডিয়াৰ মহিমা অপাৰ
এটা সাক্ষাৎকাৰেৰে অখ্যাত অভিনেত্ৰী প্ৰখ্যাত
নতুন National Crush গীৰিজা অ’ক
শুভ্ৰ নীলা শাৰীৰে এগৰাকী সুন্দৰী। মাত্ৰ কেইদিনমান পূৰ্বৰে এগৰাকী অখ্যাত অভিনেত্ৰী। আমিৰ খানৰ বিপৰীতে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। কিং খান শ্বাহৰুখৰ বিপৰীতেও অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তৎস্বত্তেও দেশবাসীৰ দৃষ্টিত পৰা নাছিল এইগৰাকী মোহময়ী অভিনেত্ৰী। কিন্তু হঠাৎ সমগ্ৰ দেশৰ ক্ৰাছ হৈ পৰিল এই অভিনেত্ৰীগৰাকী। এক কথাত ইণ্টাৰনেটৰ নৱতম চাঞ্চল্য। মাৰাঠী চিনেমাত এগৰাকী পৰিচিত অভিনেত্ৰী হলেও দেশজুৰি নাছিল গীৰিজাৰ খ্যাতি। কিন্তু গীৰিজা এতিয়া ভাইৰেল। কি ইণ্টাৰনেট, কি ফেছবুক, কি ইনষ্টাগ্ৰাম সকলোতে গীৰিজাৰ আৱেদনময়ী ফটো। ইণ্টাৰনেটত গীৰিজাক বিচাৰি চলাথ কৰিছে নেতিজেনে। যেন ইণ্টাৰনেটত নেতিজেনে পালে স্বপ্নৰ মহিলাগৰাকীক।
মেলি থকা চুলি আৰু নীলা শাৰীৰে ভাইৰেল গীৰিজা অ’ক। নেতিজেনে প্ৰশংসাৰে উপচাই পেলালে মোহময়ী সুন্দৰীগৰাকীক। সামাজিক মাধ্যম গীৰিজাক ৰূপৰ দেৱী হিচাপে আখ্যা দিয়া হৈছে। এটা পৰ্টেলত দিয়া এক সাক্ষাৎকাৰে নিশাৰ ভিতৰতে দেশৰ ভিতৰতে সৰ্বাধিক চৰ্চিত নাৰীত পৰিণত কৰিলে গীৰিজাক। পৰ্টেলটোত এক অন্তৰংগ সাক্ষাৎকাৰ দিছে গীৰিজাই। গীৰিজাৰ প্ৰকাশভংগী আছিল অতি সাৱলীল। আৰু এই সাৱলীল সাক্ষাৎকাৰে মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকৰ। সাক্ষাৎকাৰটোত অকপটে ৱেব চিৰিজত অন্তৰংগ মূহুৰ্তৰ শ্বুটিঙৰ বৰ্ণনাও দিছিল গীৰিজাই। গীৰিজাৰ এই অকপট বৰ্ণনাই দৃষ্টি কাঢ়িছিল দৰ্শকৰ।
পিছে কোন এই নিশাৰ ভিতৰতে ছোছিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰা কোন এই গিৰিজা অ’ক ।
অকল সৌন্দৰ্য আৰু আবেদনেই নহয়, গিৰিজাৰ অভিনয়েও মোহিত কৰিছে নেতিজনক।

মহাৰাষ্ট্ৰৰ নাগপুৰত ১৯৮৭ চনত জন্ম গিৰিজাৰ। চলচিত্ৰ নিৰ্মাতা চুৰুড গডবোলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল গিৰিজা । গিৰিজা biotechnology ৰ স্নাতক। ইয়াৰ উপৰিও business managementৰো শিক্ষাৰ্থী আছিল গিৰিজা ।
বলিউডতো কেইবাখনো হিট ছবিত অভিনয় কৰিছে গিৰিজাই।
২০০৭ চনত মুক্তিপ্ৰাপ্ত আমিৰ খানৰ Taare Zameen Par হিট ছবিখনত অভিনয় কৰিছিল গিৰিজাই। ২০২৩ ত শ্বাহৰুখ খানৰ জাৱান ছবিটো অভিনয় কৰিছিল গিৰিজাই । OTT প্লেটফৰ্মতো BOLD SEEN তো অভিনয় কৰিছিল গিৰিজাই ।
ৱেব ছিৰিজৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গিৰিজা । অভিনয় জীৱনে বিখ্যাত কৰিব নোৱাৰিলেও এটা সাক্ষাৎকাৰে ৰাষ্ট্ৰৰ ক্ৰাছ কৰি তুলিলে গিৰিজাক ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button