অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মাৰাত্মক ড্ৰাগ্ছৰ কবলত স্কুলীয়া ছাত্ৰ, খাৰঘূৰি ডনবস্ক’ৰ ৩ ছাত্ৰক আটক কৰে ৰাইজে

3 school students being arrested of Kharghuri Donbosco School in the grip of deadly drugs

মাৰাত্মক ড্ৰাগ্ছৰ কবলত স্কুলীয়া ছাত্ৰ

খাৰঘূৰি ডনবস্ক’ৰ ৩ ছাত্ৰক আটক কৰে ৰাইজে

৩ছাত্ৰৰ বিৰুদ্ধে ড্ৰাগ্ছ সেৱনৰ অভিযোগ ৰাইজৰ

ড্ৰাগ্ছৰ কণ্টেইনাৰসহ আটক কৰে ৰাইজে

ঘটনা গাপ দিয়াৰ চেষ্টা স্কুল কৰ্তৃপক্ষৰ

ৰাইজৰ অভিযোগৰ ভিত্তিত উপস্থিত লতাশিল আৰক্ষী

কৰ্তৃপক্ষই লুকুৱাই দিলে ড্ৰাগছৰ কণ্টেইনাৰ

আৰক্ষীয়ে আটক নকৰিলে ৩ ছাত্ৰক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 4 =

Check Also
Close
Back to top button