অসমগুৱাহাটীমনোৰঞ্জনৰাজনৈতিক

অসমৰ দুখন জিলাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান নিষিদ্ধ

বঙাইগাঁৱত নিষিদ্ধ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। লগতে গোৱালপাৰাতো নিষিদ্ধ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

বঙাইগাঁৱত নিষিদ্ধ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

ফেচবুক পোষ্টযোগে জুবিনৰ বিৰুদ্ধে সৰৱ আক্ৰাছু।

কোচ ৰাজবংশীৰ ওচৰত ক্ষমা খোজাৰ দাবী জুবিনক।

হুংকাৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক চিবেন নাৰায়ণদেৱৰ।

পৃথক কমতাপুৰক লৈ মন্তব্য কৰিছিল জুবিন গাৰ্গে।

বিতৰ্কিত মন্তব্যৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

লগতে গোৱালপাৰাতো নিষিদ্ধ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

অবিভক্ত গোৱালপাৰাত জুবিনে অনুষ্ঠান কৰিলে অঘটন ঘটোৱাব বুলি দিলে হুংকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 2 =

Back to top button