Assamassam policeleatest updateSocial

দেশৰ ২২৯গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

অসমৰ ১৩গৰাকী আৰক্ষীলৈ উৎকৃষ্ট সেৱা বঁটা

দেশৰ ২২৯গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

অসমৰ ৮গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

দেশৰ ৬৪২গৰাকী আৰক্ষীলৈ উৎকৃষ্ট সেৱা বঁটা
DY.SP প্ৰকাশ মেধিলৈ আৰক্ষীৰ সাহসিকতা বঁটা
SI লাতুক দাসলৈ আৰক্ষীৰ সাহসিকতা বঁটা
SI ৰিতুজ্যোতি নাথলৈ আৰক্ষীৰ সাহসিকতা বঁটা
Addl. SP প্ৰকাশ সোণোৱাললৈ সাহসিকতাৰ বঁটা
SI মাওব্লিক ব্ৰহ্মলৈ আৰক্ষীৰ সাহসিকতা বঁটা
কনিষ্টবল চেমছন তাৰলৈ আৰক্ষীৰ সাহসিকতা বঁটা
কনিষ্টবল জয়গিৰি টেৰণলৈ আৰক্ষীৰ সাহসিকতা বঁটা
কনিষ্টবল নৱজ্যোতি ৰয়লৈ আৰক্ষীৰ সাহসিকতা বঁটা

অসমৰ ১৩গৰাকী আৰক্ষীলৈ উৎকৃষ্ট সেৱা বঁটা
বাক্সাৰ SP ৰাজেন সিঙলৈ উৎকৃষ্ট সেৱা বঁটা
ইন্সপেক্টৰ ৰূপজ্যোতি দত্ত, দ্বীপেন পাটৰলৈ উৎকৃষ্ট সেৱা বঁটা
SI ৰাজকুমাৰ সিং, কমলেশ্বৰ পাণ্ডেলৈ উৎকৃষ্ট সেৱা বঁটা
হাবিলদাৰ দেৱেন চন্দ্ৰ বৰালৈ উৎকৃষ্ট সেৱা বঁটা
কনিষ্টবল ইন্দ্ৰ দাসলৈ উৎকৃষ্ট সেৱা বঁটা
হাবিলদাৰ ৰজনীকান্ত বৰ্মন, ASI মনোৰঞ্জন কটকীলৈ এই বঁটা
কনিষ্টবল দিগন্ত বাগলাৰী, নীৰলাৱালা কছাৰীলৈ এই সন্মান
ASI এইচ বিশৌ চন্দ্ৰ সিংহলৈ উৎকৃষ্ট সেৱা বঁটা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button