Assamassam policeleatest updateRegionalSocial

সময়ত কেছ ডায়েৰী জমা নিদি শ’লঠেকত আৰক্ষী…

৫৯জন পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ বিভাগৰ

সময়ত কেছ ডায়েৰী জমা নিদি শ’লঠেকত আৰক্ষী
৫৯জন পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ বিভাগৰ
দুৰ্নীতি নিবাৰক শাখাক তদন্তৰ নিৰ্দেশ গৃহ বিভাগৰ
২-৮ বছৰ পৰ্যন্ত দৰমহা লাভ কৰা নাই এই ৫৯জন আৰক্ষীয়ে
দৰমহা নোপোৱাকৈ কেনেকৈ চলিছে এইসকল আৰক্ষীয়ে?
বিনা দৰমহাত চলি থকাটো কেনেকৈ সম্ভৱ?
এইসকল বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ বিভাগৰ
এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি হ’লে লাগে LPC
LPC অৰ্থা লাষ্ট পে’ চাৰ্টিফিকেট
কেছ ডায়েৰী, যাৱতীয় নথি-পত্ৰ জমা দিলে লাভ কৰে LPC
কেছ ডায়েৰী জমা নিদিয়াৰ বাবে এইসকল বিষয়াই লাভ কৰা নাই LPC
যাৰ ফলত এইসকল বিষয়াৰ বন্ধ হৈ আছে দৰমহা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + three =

Back to top button