অসমগুৱাহাটীজন্তুদৈনিক বাতৰিভাৰতমনোৰঞ্জনৰাজনৈতিক

কাজিৰঙাৰ ‘গজ মহোৎসৱত’ অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰুৌপদী মুৰ্মুৱে

উল্লেখ্য যে ২০ৰ পৰা ৩০ হাজাৰ লোকৰ সমাগমেৰে অনুষ্ঠান সফল হ’ব বুলি আশাবাদী মন্ত্ৰীগৰাকী ৷ হস্তী প্ৰকল্পৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ’ব গজ মহোৎসৱ ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমনক লৈ তৎপৰ প্ৰশাসন

কাজিৰঙাত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা

গোলাঘাট প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা

কঁহৰাৰ পৰা হাতীখুলীলৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

৭ এপ্ৰিলৰ কাজিৰঙাৰ গজ মহোৎসৱত অংশ ল’ব ৰাষ্ট্ৰপতিয়ে

ন-ৰূপেৰে সজাই তোলা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ-চৰকাৰ

কাইলৈ কাজিৰঙাত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী

বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে

হাতী সংৰক্ষণ প্ৰদৰ্শনী মুকলি কৰিব ৰাষ্ট্ৰপতিয়ে

মঙলবাৰে প্ৰস্তুতিৰ বুজ ল’লে বিত্তমন্ত্ৰী অজন্তা নেওগে

উল্লেখ্য যে ২০ৰ পৰা ৩০ হাজাৰ লোকৰ সমাগমেৰে অনুষ্ঠান সফল হ’ব বুলি আশাবাদী মন্ত্ৰীগৰাকী ৷ হস্তী প্ৰকল্পৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ’ব গজ মহোৎসৱ ৷ এই গজ মহোৎসৱৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰুৌপদী মুৰ্মুৱে ৷ ৭ এপ্ৰিলত পুৱা উদ্যানৰ কহঁৰা বনাঞ্চলত হাতী ছাফাৰী কৰাৰ পাছত গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইফালে, ৭ এপ্ৰিলৰ দিনা কঁহৰা চাৰিআলিৰ পৰা হাতীখুলী আউতলেটলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দশনা গোলাঘাট জিলা প্ৰশাসনৰ। নিৰ্দেশনা অৱমাননা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননী প্ৰকাশ প্ৰশাসনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button