অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিহপুৰীয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ, ৰাজপথত ভোটা জ্বলাই প্ৰতিবাদ পুৰুষ-মহিলাৰ

বিহপুৰীয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

সঘনে বিদ্যুৎ কৰ্তনত অতিষ্ঠ বিহপুৰীয়াবাসী

ৰাজপথত ভোটা জ্বলাই প্ৰতিবাদ পুৰুষ-মহিলাৰ

চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী

বিদ্যুত বিভাগ হায় হায়, এ পি ডি চি এল হায় হায়, বিদ্যুত মন্ত্ৰী গ’ বেক, বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদস্থলী। মন্ত্ৰী নন্দিতা গাৰ্লোচাই পদত্যাগ কৰি এ চি ৰুমত বহি থাকক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰ চলাব নোৱাৰে বুলি অভিযোগ প্ৰতিবাদকাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 4 =

Back to top button