AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

১০ ফেব্ৰুৱাৰীত অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়, কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতিগৰাকী

১০ ফেব্ৰুৱাৰীত অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন

দুদিনৰ বাবে গুৱাহাটীৰ পদপথৰ দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ

জালুকবাৰীৰ পৰা খানাপাৰালৈ পদপথত বহিব নোৱাৰিব দোকান

কাহিলিপাৰা, লালগণেশলৈও পদপথত দোকান বহুওৱাত নিষেধাজ্ঞা

উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ জিলা প্ৰশাসনৰ সিদ্ধান্ত

১০ ফেব্ৰুৱাৰীত দশম আৰক্ষী ছাউনীত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী

জিলা উপায়ুক্ত কাৰ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ বৈঠক

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + six =

Back to top button