অসমৰাজনৈতিক

আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

শুকুৰবাবে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল

◾আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

◾২৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ

◾মুঠ ভোটাৰৰ সংখ্যা ৭,০৪,০৬০ গৰাকী

◾পুৰুষ ভোটাৰৰ সংখ্যা ৩,৫৫,৮৭১ গৰাকী

◾মহিলা ভোটাৰৰ সংখ্যা ৩,৪৮,১৮৪ গৰাকী

◾কাৰ্বি আংলঙত ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ

◾ভোটাৰে নিৰ্ণয় কৰিব ১৬৫ প্ৰাৰ্থীৰ ভাগ্য

◾পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ

◾EVM ৰ পৰিৱৰ্তে বেলট পেপাৰত ভোটগ্ৰহণ

◾আবেলি ৪.৩০ বজাত অন্ত পৰিব ভোটগ্ৰহণ

◾শুকুৰবাবে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল

 

উল্লেখ্য যে, ডিফু আৰু হাওৰাঘাট সমষ্টিত ১০ টা পৰিষদীয় সমষ্টি, বোকাজান বিধানসভাত ৭ টা আৰু বৈঠালাংছ’ বিধানসভা সমষ্টিত ৯ টা পৰিষদীয় সমষ্টি আছে। অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ ৯টা পৰিষদীয় সমষ্টি আৰু পূৱ কাৰ্বি আংলংঙৰ ১৭ টা পৰিষদৰ সমষ্টি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 12 =

Back to top button