অসমপৰিৱেশবতৰ

ৰাজ্যত পুনৰ ভূমিকম্প-দুৰ্যোগৰ আগজাননী নেকি এয়া?

৪.২ প্ৰাৱল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ওদালগুৰি

ভূমিকম্পই পুনৰ জোকাৰি গ’ল ৰাজ্য। শনিবাৰে মাজনিশা ০১.০৭ বজাত এক ভূমিকম্পই জোকাৰিলে অসম। ৪.২ প্ৰাৱল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ওদালগুৰি।

এই ভূমিকম্পৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ক্ষতি হোৱা নাই। ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ওচৰৰ কেইবাখনো ঠাইত ভূমিকম্পৰ অতি দুৰ্বল জোকাৰণি অনুভৱ কৰা হৈছিল।

ৰাজ্যত ২৮ এপ্ৰিলত অহা ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পাছৰে পৰা সঘন ভূমিকম্পই জোকাৰি গৈছে অসম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 5 =

Back to top button