leatest updateঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰিভাৰত

শিশু কল্যাণ সমিতিৰ ভয়ংকৰ তথ্য! HIVত আক্ৰান্ত ড্ৰাগ্ছ আসক্ত বহুতো কিশোৰ-কিশোৰী।

ড্ৰাগ্ছৰ ইনজেকচন দি লিপ্ত কৰাইছিল যৌন কাৰ্যত...

মৰিগাঁৱৰ মৈৰাবাৰীত অনৈতিক কাৰ্য। ড্ৰাগ্ছ, দেহ ব্যৱসায়, অসুৰক্ষিত যৌন সম্পৰ্কত লিপ্ত একাংশ। HIVত আক্ৰান্ত ড্ৰাগ্ছ আসক্ত বহুতো কিশোৰ-কিশোৰী। ড্ৰাগ্ছৰ ইনজেকচন দি লিপ্ত কৰাইছিল যৌন কাৰ্যত। শিশু কল্যাণ সমিতিৰ পৰীক্ষাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

আৰক্ষীৰ জিম্মাত HIVত আক্ৰান্ত দুই কিশোৰ-কিশোৰী। ভুক্তভোগী কিশোৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। ৰপশ্বন খান আৰু ৰাকিবুৰ খানৰ বিৰুদ্ধে এই অভিযোগ। এতিয়াও মৈৰাবাৰীত চলি আছে অনৈতিক কাৰ্যকলাপ। লেংৰিবড়ি গাঁৱত অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন হৈছে।

ড্ৰাগ্ছ ব্যৱসায়ী জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ইমানৰ পিছতো নীৰৱ-নিৰ্বিকাৰ মৰিগাঁও আৰক্ষী-প্ৰশাসন। শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button