Covid-19অসমস্বাস্থ্য

ৰাজ্যত নিয়ন্ত্ৰণৰ বাহিৰত ক’ভিড পৰিস্থিতি!

অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ

গোৱালপাৰাত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ।

গোৱালপাৰাৰ দুধনৈত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে দুধনৈৰ বাক্ৰাপুৰ অঞ্চলটো। ১৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button