পৰিৱেশভাৰত

৭৫০ টাকৈ শিশুৰ অধিকাংশে নাম ৰখা হ’ল ঘূৰ্ণিবতাহৰ নামেৰে

সাগৰীয় ঘূৰ্ণিবতাহ য়াছ-এ দুখনকৈ ৰাজ্যত কৰিলে যথেষ্ট ক্ষতিসাধন৷ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয় ১কোটি লোক৷ কিন্ত এনে মহা সংকটৰ মাজত আহিল সুখবৰ৷

ঘূৰ্ণিবতাহ য়াছৰ সংহাৰী অব্যাহত থকাৰ আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ মাজতে বংগোপসাগৰৰ উপকূলৱৰ্তী ৰাজ্য ওড়িশাৰ দহখনকৈ জিলাত জন্ম হয় ৭৫০ টাকৈ শিশু৷ তাৰে অধিকাংশ শিশুৰে নাম ৰখা হয় য়াছ৷

ঘূৰ্ণিবতাহৰ ভয়াৱহতা নামৰ সৈতে নৱজাতক শিশুৰ নাম ‘য়াছ’  ৰখাক লৈ সবত্ৰে চলিছে ব্যাপক চৰ্চা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + twenty =

Back to top button