অপৰাধঅসম

২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলিক

দোষী সাব্যস্ত হলে ৩ বছৰ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব শ্বেৰমান আলি

শ্বহীদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে অপমান সূচক বাক্য প্ৰদান কৰি শনিবাৰে গ্ৰেপ্তাৰ হয় কংগ্ৰেছ বিধায়ক শ্বেৰমান আলি।

আজি কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱাৱ হয় বিধায়ক শ্বেৰমান আলীক। বিধায়ক গৰাকীক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মা বিচাৰি আদালতত আবেদন পাণবজাৰ আৰক্ষীৰ। তাৰপিছতেই আদালতে ২ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ অনুমতি দিয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button