leatest updateঅসম

নিৰ্ধাৰণ কৰা হল গাখীৰৰ নতুন দাম।

প্ৰতিলিটাৰ গাখীৰৰ দাম খুঁটিত বৃদ্ধি পালে ৩ টকা ৫০ পইচা

গাখীৰৰ দাম বৃদ্ধিক অব্যাহত থকা বিতৰ্কৰ অৱশেষত অন্ত পৰিল। আজি বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ গুৱাহাটী গোপালক সন্থাৰ মাজত হোৱা আলোচনাৰ অন্তত নিৰ্ধাৰণ কৰা হয় গাখীৰৰ নতুন দাম।

সেই অনুসৰি প্ৰতিলিটাৰ গাখীৰৰ দাম খুঁটিত বৃদ্ধি পালে ৩ টকা ৫০ পইচাকৈ। গোপালকসকলে ৫ টকা বৃদ্ধি কৰাৰ দাবী তুলিছিল। এতিয়াৰে পৰা খুঁটিত প্ৰতিলিটাৰ গাখীৰৰ দাম হ’লগৈ ৫৬.৫০ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − three =

Back to top button