Covid-19EducationSocialঅসম

১ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান- শিক্ষামন্ত্ৰীৰ ঘোষণা

শিক্ষানুষ্ঠান খুলি দিবলে স্বাস্থ্য বিভাগৰ পৰা সেউজ সংকেত!

১ছেপ্তেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান খুলি দিয়াৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী সমূহ খুলি দিয়াৰ সম্ভাৱনাৰ কথা তেওঁ নিজেই সদৰি কৰে।

ইতিমধ্যে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা সেউজ সংকেত লাভ কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত শিক্ষানুষ্ঠান খুলি দিয়া হৈছে। কোনো কোনো ৰাজ্যত পাঠদান ৫০ শতাংশ শিক্ষাৰ্থীৰে আৰম্ভ কৰিছে।

উল্লেখ্য যে, কলেজ আৰু বিশ্ববিদ্যালয় সমূহৰ ক্ষেত্ৰত UGCৰ গাইড লাইন অনুসৰি পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত ল’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button