অপৰাধঅসম

অসমীয়া ভাষাক অপমানৰ ঘটনাই জোঁকাৰিছে ৰাজ্য

গুৱাহাটীৰ তিনি থানাত ৰুজু তিনিটা গোচৰ

◾অসমীয়া ভাষাক অপমানৰ ঘটনাই জোঁকাৰিছে ৰাজ্য

◾দুই অভিযুক্তৰ বিৰুদ্ধে তিনি থানাত গোচৰ

◾গুৱাহাটীৰ তিনি থানাত ৰুজু তিনিটা গোচৰ

◾দিছপুৰ, হাতীগাঁও, গীতানগৰ থানাত পৃথকে পৃথকে গোচৰ

◾দিছপুৰ থানাৰ গোচৰ নম্বৰ 3823/21

◾হাতীগাঁও থানাৰ গোচৰ নম্বৰ 904/21

◾গীতানগৰ থানাৰ থানাৰ গোচৰ নম্বৰ 432/21

◾দিছপুৰ, হাতীগাঁও থানাৰ জাননী প্ৰেৰণ দুই অভিযুক্তলৈ

◾প্ৰদীপ দত্ত ৰয়লৈ আৰক্ষীৰ জাননী

◾BDYFৰ শিলচৰৰ মুখ্য উপদেষ্টা প্ৰদীপ দত্ত ৰয়

◾সদৌ বেংগলী যুৱ ছাত্ৰ সন্থাৰ সভাপতি ৰাজু দেৱলৈও জাননী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button